New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1db7a489-f2e1-477a-91e2-5b378e61b112/accident.jpg)
শিলচৰ-আইজল ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।
আৰক্ষীৰ বাহনৰ খুন্দাত নিহত দুই বাইক আৰোহী।
সোমবাৰে দিনৰ ভাগত সংঘটিত দুৰ্ঘটনাটো।
চিকিৎসালয়লৈ নিয়াৰ পথত নিহত বাইক আৰোহীদ্বয়।
নিহত মুস্তাফা আহমেদ আৰু আছাদ গনি।
ধলাই সপ্তগ্রামত লায়লাপুৰত সংঘটিত এই দুৰ্ঘটনা।
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।
Also Read: ঢকুৱাখনাত অতিষ্ঠ ৰাইজে জ্বলালে গৰু চোৰৰ বাইক