শিলচৰত বনভোজ খাই উভতাৰ সময়তে পথ দুৰ্ঘটনা

ROAD ACCIDENT
ROAD ACCIDENT
  • কাছাৰৰ কাটিগড়াৰ হিলাৰাত পথ দুৰ্ঘটনা।

  • ৰৈ থকা ট্রাকত খুন্দা এখন অল্ট’ বাহনৰ।

  • বনভোজ খাই উভতাৰ পথত সংঘটিত এই দুৰ্ঘটনা।

  • খুন্দা মাৰি ৰাজপথত বাগৰি পৰে বাহনখন।

  • আহত ৬জন যুৱকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্রেৰণ।

  • সংকটজনক অৱস্থাত এজনক SMCHলৈ প্রেৰণ।

ROAD ACCIDENT
টিলিঙা মন্দিৰলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনাঃ নিহত ১০ জনৰ অধিক, কেইবাজনৰ অৱস্থা সংকটজনক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in