/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
কাছাৰৰ কাটিগড়াৰ হিলাৰাত পথ দুৰ্ঘটনা।
ৰৈ থকা ট্রাকত খুন্দা এখন অল্ট’ বাহনৰ।
বনভোজ খাই উভতাৰ পথত সংঘটিত এই দুৰ্ঘটনা।
খুন্দা মাৰি ৰাজপথত বাগৰি পৰে বাহনখন।
আহত ৬জন যুৱকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্রেৰণ।
সংকটজনক অৱস্থাত এজনক SMCHলৈ প্রেৰণ।
Also Read: টিলিঙা মন্দিৰলৈ যোৱাৰ সময়তে পথ দুৰ্ঘটনাঃ নিহত ১০ জনৰ অধিক, কেইবাজনৰ অৱস্থা সংকটজনক