/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fb67c0fc-8f72-4c18-bb3f-83eb5ad3c334/police.jpg)
ডিজিটেল ডেস্কঃ শিলচৰত অপহৃত তিনি ব্যক্তিক উদ্ধাৰ। আইনাচ’ৰা শিলকুঁৱেৰীৰ পৰা অপহৃত হৈছিল লোক তিনিজন। কাছাৰ-ডিমাহাচাও সীমান্তৰ ঘন জংঘলৰ পৰা উদ্ধাৰ তিনিওকে।
শনিবাৰে দুৰ্বৃত্তই অপহৰণ কৰিছিল JCB, ডাম্পাৰৰ ৩ চালকক। অপহৰণ কৰিছিল ৰাজু তাঁতী, অমিত ওৰাং আৰু বিশ্ব ধৰক। বৰ্তমানলৈয়ো কৰায়ত্ত হোৱা নাই অপহৰণকাৰী। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।
Also Read: বিশ্ব দিব্যাংগ দিৱস উদযাপনৰ লগতে প্ৰেৰণা বঁটা-২০২৩ প্ৰদান