শিলচৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিত অঘটন; বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু...

এই মুহূৰ্তৰ খবৰ
এই মুহূৰ্তৰ খবৰ

ডিজিটেল ডেস্ক : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিত অঘটন। পানী উঠাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন জলমিত্রৰ। এই ঘটনা সংঘটিত হৈছে শিলচৰত। মৃত যুৱকজনৰ নাম পাৰভেজ আহমেদ বৰভূঞা বুলি জানিব পৰা গৈছে।

যুৱকজনৰ মৃত্যুক লৈ সমগ্ৰ অঞ্চলত সৃষ্টি হয় উত্তেজনাৰ। উত্তেজিত ৰাইজে শিলচৰ-কালাইন পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। বিভাগৰ গাফিলতিৰ বাবে ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

এই মুহূৰ্তৰ খবৰ
ট্ৰাইবেল সংঘক সকিয়নী কোচ ৰাজবংশী সন্মিলনীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in