New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
শিলচৰত অধ্যাপক স্বামীয়ে হত্যা কৰিলে পত্নীক...
নিশা শিলচৰ সোনাইৰোডত নৃশংস হত্যাকাণ্ড।
পত্নীক দাৰে ঘপিয়াই হত্যা অধ্যাপক স্বামীৰ।
মৃত মহিলাগৰাকীৰ নাম কোহিনুৰ বেগম।
গ্রেপ্তাৰ হত্যাকাৰী স্বামী আফজালুৰ ৰহমান।
আফজালুৰ শিলচৰ পলিটেকনিকেল কলেজৰ অধ্যাপক।
পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত এই হত্যাকাণ্ড।
Also Read: খানাপাৰাত ড্ৰাগছসহ মহিলা আটক...