/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/b323c441-aed4-4756-b1ab-65a26a6403d3/stf_30.jpg)
খানাপাৰাত ড্ৰাগছসহ মহিলা আটক...
পুৱাই মহানগৰীত STFৰ ড্রাগছ বিৰোধী অভিযান।
খানাপাৰাৰ পৰা ড্রাগছসহ গ্রেপ্তাৰ এগৰাকী মহিলাক।
মহিলাগৰাকীৰ পৰা জব্দ ৫৬টা ড্রাগছভৰ্তি কণ্টেইনাৰ।
ধৃত মহিলাগৰাকী বৰাগাঁৱৰ চুন বানু বেগম।
সম্প্রতি মহিলাগৰাকীক জেৰা অব্যাহত বশিষ্ঠ আৰক্ষীৰ।
Also Read: ৰহাত ১৬ দিনে সন্ধানহীন মহিলাঃ মাতৃক বিচাৰি হাহাকাৰ ৬ বছৰীয়া কন্যাৰ...