বৰাক উপত্যকাৰ মথাউৰী পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ...

বৃহস্পতিবাৰে বৰাক উপত্যকা ভ্ৰমণৰ দ্বিতীয় দিন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ।

author-image
Asomiya Pratidin
New Update
বৰাক উপত্যকাৰ মথাউৰী পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ...

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে বৰাক উপত্যকা ভ্ৰমণৰ দ্বিতীয় দিন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ। শিলচৰ সমষ্টিৰ অন্তৰ্গত বদ্ৰীঘাট নামৰ স্থানত বৰাক নদীৰ পাৰত প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰীৰ ওখ আৰু সবল কৰিবলৈ গ্ৰহণ কৰা কাৰ্যপন্থাৰ বুজ মন্ত্ৰীগৰাকীয়ে।

Advertisment

কাম পৰিদৰ্শন কৰি অতি সোনকালে এই কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে বিভাগীয় কৰ্তপক্ষক। মন্ত্ৰী গৰাকীৰ সৈতে সাংসদ ডা° ৰাজদ্বীপ ৰায়, দিপ্যায়ন চক্ৰৱৰ্তী আৰু মিহিৰ কান্তি চোম, জলসম্পদ বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

উল্লেখ্য যে, বিগত দুদিন ধৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে বৰাক উপত্যাকাৰ বহু অঞ্চল পৰিদৰ্শন কৰিছে।

Also Read: অসমীয়া চলচ্চিত্ৰ জগতলৈ সুনাম কঢ়িয়াই "মেড ইন নলবাৰী"য়ে জিনিলে বিশেষ সন্মান...

pijush hazarika