বাচকান্দিত ১৫.৫ কোটিৰ নিচাযুক্ত দ্ৰব্য জব্দ : দুজনক আটক

বাচকান্দিত ১৫.৫ কোটিৰ নিচাযুক্ত দ্ৰব্য জব্দ : দুজনক আটক

author-image
Asomiya Pratidin
New Update
বাচকান্দিত ১৫.৫ কোটিৰ নিচাযুক্ত দ্ৰব্য জব্দ : দুজনক আটক

ডিজিটেল সংবাদ,শিলচৰ : কাছাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বাচকান্দিত ১৮,০০০ য়াবা টেবলেট জব্দ কৰে। এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় টটেবলেটখিনি।

Advertisment

ইয়াৰ উপৰি ট্ৰাকখনৰ পৰা ২কেজি মেথামফেটামাইনো জব্দ কৰা হয়। জব্দ কৰা নিচাজাতীয় দ্ৰব্যখিনিৰ মূল্য প্ৰায় ১৫ .৫ কোটি টকা বুলি সদৰী কৰে আৰক্ষীয়ে। নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত দুজন ব্যক্তিক আটক কৰা হয় । বৰ্তমান লক্ষীপুৰ থানাত জেৰা অব্যাহত ধৃত লোক দুজনক।

Also Read: ধেমাজিৰ নতুন জিলা আয়ুক্ত হিচাপে ৰাহুল জাভিৰ সুৰেশ যোগদান

Cachar Police