/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
কাছাৰৰ ধলাইৰ জামালপুৰত বিধ্বংসী অগ্নিকাণ্ড।
জুইত জাহ গ’ল ৩টাকৈ বাসগৃহ।
আতাবুৰ ৰহমান নামৰ এজন লোকৰ ঘৰত প্রথমে জুইৰ সূত্রপাত।
পিছত আন দুটা পৰিয়ালৰ বাসগৃহলৈ জুই সম্প্রসাৰিত।
বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলতে সংঘটিত এই ঘটনা।
অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাইজে জুই নিয়ন্ত্রণৰ চেষ্টা কৰে।
অগ্নিকাণ্ডত বহু লাখ টকাৰ সম্পত্তি ধ্বংস।
Also Read: কৃষ্টি-সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াসেৰে হাজং কৃষ্টি সমাৰোহ উদযাপন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us