/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/91cb3d25-6d3d-408f-8e36-9957a52ed9bd/bombay.jpg)
-
আজি শিলচৰত উপস্থিত হ’ব মমতা বেনাৰ্জী।
-
ৰাধেশ্যাম বিশ্বাসৰ হৈ প্রচাৰ চলাব পশ্চিমবংগৰ মুখ্যমন্ত্রীগৰাকীয়ে।
-
দিনৰ ১২-০০ বজাত টাউন ক্লাবৰ খেলপথাৰত বিশাল জনসভা সম্বোধন কৰিব।
-
মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি কাৰ্যকৰ্তাসকলৰ।
Also Read: নবৱৰ্ষ আৰু বিহুৰ ওলগ জনাই বটদ্ৰৱাত বয়োজেষ্ঠক সেৱা বিধায়ক ৰূপক শৰ্মাৰ...