/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/128950ce-40b2-48ae-8ee2-95a06778afe5/7707bc5f_1d3d_494a_87d1_6e3589678cb2.jpg)
-
প্ৰতিকূল বতৰৰ বাবে কাছাৰ জিলা প্ৰশাসনে গ্ৰহন কৰিছে বিশেষ পদক্ষেপ।
-
জিলাখনৰ শিলচৰ আৰু কালিন পথৰ দাতিকাষৰীয়া অঞ্চলৰ বাবে জাৰি কৰিছে নিৰ্দেশনা।
-
জিলা দণ্ডাধীশ ৰোহন কুমাৰ ঝাই জাৰি কৰিছে এই নিৰ্দেশনা
-
নিৰ্দেশনাত উল্লেখ কৰে যে সন্ধিয়া ৭-০০ বজাৰ পৰা শিলচৰ আৰু কালিন পথছোৱাত চলাচল কৰিব নোৱাৰিব দুচকীয়া বাহন।
-
জিলাখনত ধাৰাসাৰৰ বৰষুণ তথা প্ৰতিকূল বতৰৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা।
-
সংশ্লিষ্ট বিভাগক এই নিৰ্দেশ কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/0a0d7827-ee36-4f30-b81e-72acf4e63c49/28283d11-417d-4b98-ad62-45da4d411226.jpg)
Also Read: ঢকুৱাখনাত বিদ্যুৎ বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ