/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
কাছাৰত গ্রেপ্তাৰ মণিপুৰী উগ্রপন্থী সংগঠনৰ কেডাৰঃ অস্ত্ৰ উদ্ধাৰ...
-
কাছাৰৰ জিৰিঘাটত গ্রেপ্তাৰ মণিপুৰৰ উগ্রপন্থী সংগঠনৰ কেডাৰ।
-
আছাম ৰাইফলছ-কাছাৰ আৰক্ষীৰ যৌথ অভিযানত গ্রেপ্তাৰ কেডাৰজন।
-
ধৃত উগ্রপন্থী কেডাৰজনৰ নাম হেনলেনমাং লৌভুম।
-
উগ্রপন্থীজনৰ পৰা উদ্ধাৰ .৩২ পিষ্টলসহ ৫ জাই সজীৱ গুলী।
-
জিৰিঘাট লক্ষীনগৰ খাছীয়া পুঞ্জীত পিষ্টল বিক্রী কৰিবলৈ আহিছিল কেডাৰজনে।
-
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত
Also Read: যোৰহাটৰ ব্যৱসায়ীক প্ৰহাৰ কৰি লৈ গ'ল ১৬ লাখকৈ টকা...