যোৰহাটৰ ব্যৱসায়ীক প্ৰহাৰ কৰি লৈ গ'ল ১৬ লাখকৈ টকা...

যোৰহাটৰ ব্যৱসায়ীক প্ৰহাৰ কৰি লৈ গ'ল ১৬ লাখকৈ টকা...

author-image
Asomiya Pratidin
New Update
যোৰহাটৰ ব্যৱসায়ীক প্ৰহাৰ কৰি লৈ গ'ল ১৬ লাখকৈ টকা...

যোৰহাটৰ ব্যৱসায়ীক প্ৰহাৰ কৰি লৈ গ'ল ১৬ লাখকৈ টকা...

ডিজিটেল ডেস্কঃ শনিবাৰে নিশা যোৰহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। এগৰাকী ব্যৱসায়ীৰ পৰা লুটি নিলে নগদ ১৬ লাখকৈ টকা।

Advertisment

উল্লেখ্য যে, নিশা যোৰহাটৰ ব্যৱসায়ীক প্ৰতিষ্ঠান ঝানৱী টেক্সটাইল বন্ধ কৰি ঘৰলৈ উভতিছিল ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী মিহিৰ ডালমিয়া। সেই সময়তে পাইকাৰী বস্ত্ৰ ব্যৱসায়ীত প্ৰতিষ্ঠাখনৰ স্বত্বাধিকাৰগৰাকী ডকাইতিৰ কৱলত পৰে।

ডকাইতৰ দলে তেওঁৰ পৰা কাঢ়ি নিয়ে ১৬ লাখকৈ টকা। ইয়াৰোপৰি মিহিৰ ডালমিয়া ডকাইতিৰ দলটোৰ হাতত প্ৰহৃতও হয়।

Also Read: ধনৰ বিনিময়ত জোৱা পতাৰ অনুমতি ! গোৱালপাৰাৰ ৪ আৰক্ষীৰ ৰিজাৰ্ভ ক্ল'জ..

ডকাইতি