কাছাৰত নৈশ বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষঃ গুৰুতৰভাৱে আহত ১৩জন

কাছাৰত নৈশ বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষঃ গুৰুতৰভাৱে আহত ১৩জন

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱা শিলচৰ গুৱাহাটী ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাছাৰৰ দিগৰখালত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নৈশ বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰ আহত হৈছে ট্ৰাক আৰু নৈশ বাচ চালকসহ ১৩জনকৈ যাত্ৰী।

জানিব পৰা মতে, গুৱাহাটীৰ পৰা শিলচৰ অভিমূখে আহিছিল আৰহান ট্ৰেভেলচৰ এখন যাত্ৰীবাহী নৈশ বাছ। কাছাৰৰ দিগৰখালত অহাৰ পাছত বিপৰীতে দিশৰ পৰা অহা এখন দ্ৰুতগতিৰ ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয় নৈশ বাছখনৰ। ঘটনাৰ পাছত স্থানীয়সকলে আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

কাছাৰত নৈশ বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষঃ গুৰুতৰভাৱে আহত ১৩জন
খামৰেঙ্গা বিলত বৃক্ষ ৰোপন-স্বচ্ছতা অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in