মণিপুৰত পুনৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ...

অসম ৰাইফলছ আৰু আৰক্ষীৰ অভিযান..

author-image
Asomiya Pratidin
New Update
মণিপুৰত পুনৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ...

মণিপুৰত পুনৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ...

ডিজিটেল সংবাদ শিলচৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত আছে নিৰাপত্তা বাহিনীৰ। ৰাজ্যখনৰ হিংসাজৰ্জৰ এলেকাসমূহত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ অস্ত্ৰশস্ত্ৰ‌ জব্দ কৰিছে।

Advertisment

অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত পূৱ ইম্ফল‌ জিলাৰ মঙজাম‌ পাহাৰী‌য়া এলেকাৰ পৰা জব্দ কৰা হৈছে এই মাৰণাস্ত্ৰ‌সমূহ। অভিযান কালত এটা পিষ্টল, এটা ছিংগল বেৰেল‌ গান, ৮ টা গ্ৰেণেড, ৫ টা সজীৱ গুলী সহ বুজন পৰিমাণৰ কাৰ্টিজ আৰু অনান্য সামগ্ৰী।

Also Read: পাঞ্জা খেলুৱৈ ৰূপত বিধায়ক পদ্ম হাজৰিকা...

মণিপুৰ মাৰণাস্ত্ৰ উদ্ধাৰ