
কাছাৰৰ ৰাণিঘাটত নিৰীহ লোকৰ ওপৰত দুৰ্বৃত্তৰ আক্রমণ ।
দুৰ্বৃত্তৰ দলবদ্ধ আক্রমণত আহত বৃদ্ধাসহ এটি শিশু ।
SMCHত আত্মীয়ৰ খবৰ ল’বলৈ আহিছিল এটা পৰিয়াল ।
৫০ জনীয়া দুৰ্বৃত্তই ভাঙি চূৰমাৰ কৰে পৰিয়ালটোৰ বাহনখন ।
দুৰ্বৃত্তৰ আক্রমণৰ পৰা পৰিয়ালটো পলাই সাৰে যদিও আহত হয় দুগৰাকী ।
শিলচৰৰ তাৰাপুৰ অঞ্চলত সংঘটিত এই ঘটনা ।