/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
আৰক্ষী কনিষ্টবলৰ আত্মহননঃ ৩ মাহ পূৰ্বে যোগদান কৰিছিল চাকৰিত....
জাগীৰোডৰ নেলী আৰক্ষী চকীত অঘটন।
এটা পৰিত্যক্ত আৱাসত আত্মহনন কনিষ্টবলৰ।
চিপ লৈ আত্মহনন নেলী আৰক্এষী চকীৰ কনিষ্টবল জনৰ।
আত্মহনন কৰা কনিষ্টবল জনৰ নাম চনি নাথ।
কনিষ্টবল চনি নাথৰ ঘৰ আছিল হাইলাকান্দিত।
চনি নাথে মাত্ৰ ৩ মাহ পূৰ্বে যোগদান কৰিছিল চাকৰিত।
কিয় তেওঁ এইদৰে আত্মহত্যাৰ পথ বাচি ল'লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
Also Read: কাছাৰত পথ দুৰ্ঘটনাঃ চাইকেল আৰোহী কিশোৰ নিহত, আহত ২ জন..