শিক্ষয়ত্রী আৰু ৰান্ধনি ৰূপত বিধায়িকা শিৱামনি বৰা

শিক্ষয়ত্রী আৰু ৰান্ধনি ৰূপত বিধায়িকা শিৱামনি বৰা

author-image
asomiyapratidin
New Update
শিক্ষয়ত্রী আৰু ৰান্ধনি ৰূপত বিধায়িকা শিৱামনি বৰা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুনোৎসৱ উপলক্ষে শুকুৰবাৰে বটদ্ৰৱাৰ বিদ্যালয়ে বিদ্যালয়ে দেখিবলৈ পোৱা গ'ল বিধায়িকা শিৱামনি বৰাক অন্য ৰূপত।

এইবাৰ শিৱামনি বৰাক দেখিবলৈ পোৱা গ'ল শিক্ষয়ত্রী আৰু ৰান্ধনি ৰূপত। ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজন বিলোৱাৰ লগতে একেলগে ছাত্ৰ ছাত্ৰীৰ লগত বহি গ্ৰহণ কৰিলে মধ্যাহ্ন ভোজন।

নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেখিবলৈ পোৱা গ'ল বিধায়িকা গৰাকীয়ে ছাত্ৰ ছাত্ৰীক ভোজন বিলোৱাৰ লগতে একেলগে বহি আহাৰ গ্ৰহণ কৰে। গুনোৎসৱ উপলক্ষে বিধায়িকা গৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ লগত একেলগে মধ্যাহ্ন ভোজন গ্ৰহণ কৰি আবেগিক হৈ পৰিল।

আৰু পঢ়ক: নাৰায়ণপুৰৰ ৰঙতি-বালিপথাৰ-দোৰপাং সংযোগী পথৰ বিদ্ধস্ত ৰূপ…

batadrava assam