আৰক্ষী উপ-পৰিদৰ্শক অমিতাভ শেনচোৱাক ৰিজাৰ্ভ ক্ল'জ...

আৰক্ষী উপ-পৰিদৰ্শক অমিতাভ শেনচোৱাক ৰিজাৰ্ভ ক্ল'জ...
  • জাগীৰোড থানাৰ আৰক্ষী উপ-পৰিদৰ্শক অমিতাভ শেনচোৱাক ৰিজাৰ্ভ ক্ল’জ

  • মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ নিৰ্দেশত ৰিজাৰ্ভ ক্ল’জ

  • উপ-পৰিদৰ্শক শেনচোৱাৰ বিৰুদ্ধে তদন্ত ঘোষণা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ

  • নাৰীৰ বিনিময়ত ন্যায় আদায়ৰ প্ৰতিশ্ৰুতি দি বিতৰ্কৰ আৱৰ্তত আহিছিল অমিতাভ শেনচুৱা

  • এই সন্দৰ্ভত ফোনকল সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতহে পোহৰলৈ আহিছিল আৰক্ষী বিষয়া গৰাকীৰ কুকীৰ্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in