গোৱালপাৰাৰ কৃষ্ণাইৰ শালপাৰাত ভয়াৱহ দুৰ্ঘটনা

গোৱালপাৰাৰ কৃষ্ণাইৰ শালপাৰাত ভয়াৱহ দুৰ্ঘটনা
  • গোৱালপাৰাৰ কৃষ্ণাইৰ শালপাৰাত ভয়াৱহ দুৰ্ঘটনা

  • ১৭ নং ৰাষ্ট্রীয় ঘাইপথত তিনিখনকৈ বাহনৰ মাজত সংঘৰ্ষ

  • গোৱালপাৰা অভিমুখী এখন ট্রাকে খুন্দা মাৰে এখন বাছত

  • বাছখনত খুন্দা মৰাৰ পিছত বিপৰীত দিশৰ পৰা অহা ট্রাকৰ সৈতে সংঘৰ্ষ

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন ট্রাক ড্রাইভাৰ

  • দুৰ্ঘটনাটোত সম্পূৰ্ণৰূপে চূৰ্ণবিচূৰ্ণ হৈ পৰে ট্রাক দুখন

  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুয়োজন ট্রাক চালকক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in