ষ্টেট বেংক অফ ইণ্ডিয়া, গুৱাহাটীৰ মুখ্য মহা প্ৰৱন্ধক হিচাপে দায়িত্ব গ্ৰহণ ভিনচেণ্ট মেনাচেৰী দেৱাছিৰ...

ষ্টেট বেংক অফ ইণ্ডিয়া, গুৱাহাটীৰ মুখ্য মহা প্ৰৱন্ধক হিচাপে ২৯ নৱেম্বৰত দায়িত্ব গ্ৰহণ কৰে ভিনচেণ্ট মেনাচেৰী দেৱাছিয়ে । ভাৰতীয় ষ্টেট বেংক, গুৱাহাটী চক্ৰই উত্তৰ-পূবৰ সাতখন ৰাজ্যক সামৰি লৈছে।

author-image
Asomiya Pratidin
New Update
ষ্টেট বেংক অফ ইণ্ডিয়া, গুৱাহাটীৰ মুখ্য মহা প্ৰৱন্ধক হিচাপে দায়িত্ব গ্ৰহণ ভিনচেণ্ট মেনাচেৰী দেৱাছিৰ...

VINCENT MENACHERY DEVASSY

ডিজিটেল ডেস্ক: ষ্টেট বেংক অফ ইণ্ডিয়া, গুৱাহাটীৰ মুখ্য মহা প্ৰৱন্ধক হিচাপে ২৯ নৱেম্বৰত দায়িত্ব গ্ৰহণ কৰে ভিনচেণ্ট মেনাচেৰী দেৱাছিয়ে । ভাৰতীয় ষ্টেট বেংক, গুৱাহাটী চক্ৰই উত্তৰ-পূবৰ সাতখন ৰাজ্যক সামৰি লৈছে।

Advertisment

ভিনচেণ্ট মেনাচেৰী দেৱাছি ১৯৯২ বৰ্ষৰ ট্ৰেইনী বিষয়া। তাৰ পাছত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কামৰ দায়িত্বত আছিল।

ভিনচেণ্টৰ বেঙ্কিঙত বিভিন্ন গুৰু দায়িত্ব পালন কৰিছে। কেৰালা, তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্য সমূহতো তেওঁ কাম কৰিছে।

তেওঁ ৪ বছৰৰ বাবে বেংক ইন নিউৰ এটা বিদেশী কাৰ্যালয়তো কাম কৰিছিল। ৩৮ বছৰতকৈ অধিক অভিজ্ঞতা থকা এই বেংকাৰ জনে আৰু বহু দায়িত্ব পালন কৰি আহিছে।

আৰু পঢ়ক: পৰ্ণ আসক্ত কিশোৰে ধৰ্ষণ কৰি হত্যা কৰিলে ১০ বছৰীয়া শিশুক, দিলে আত্মহত্যাৰ ৰূপ...

assam guwahati sbi