/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/8e2f737a-a3a7-4ba1-9c68-473eb4500a42/shankar.jpg)
ডিজিটেল ডেস্ক : আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ এখন ফটোক লৈ এতিয়া সৰৱ চৰ্চা । আছুৰ একালৰ সতীৰ্থ বৰিশ নেওগৰ শুভ বিবাহত তোলা হৈছিল এইখন ফটো । দৰাৰ ছাতি ধৰা সখী আছিল শংকৰ জ্যোতি বৰুৱা । শংকৰ জ্যোতি বৰুৱাই দুদিনৰ পূৰ্বে ফেছবুকত শ্বেয়াৰ কৰিছিল বিয়াৰ সময়ত তোলা ফটো ।
ফটোৰ পিছফালে দেৱালত দেখা গৈছিল আলফা (স্বাধীন)ৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাৰ ফটো । এই ফটোক লৈ এতিয়া সামাজিক মাধ্যমত সৰৱ চৰ্চা । নিষিদ্ধ ঘোষিত সংগঠন এটিৰ মুখ্য সেনাধক্ষ্য গৰাকীৰ ফটো কিদৰে আছুৰ প্ৰাক্তন সদস্য এগৰাকীৰ দেৱালত তাক লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্ন । বিষয়টো সন্দৰ্ভত যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছিল শংকৰ জ্যোতি বৰুৱাৰ সৈতে...
আৰু পঢ়ক : কাড়িচুক প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ৰূপজ্যোতি ফুকনৰ মৃত্যু...