/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c6116aba-23d2-434a-91eb-7253d48bf719/214.jpg)
-
বোকাজানত উদ্ধাৰ মাৰণাস্ত্ৰসহ কেইবাজাই সজীৱ গুলী।
-
বৃহস্পতিবাৰে নিশা বোকাজান আৰক্ষীয়ে উদ্ধাৰ কৰে এইসমূহ গুলী।
-
আৰক্ষী আৰু চি আৰ পি এফৰ অভিযানত জব্দ মাৰণাস্ত্ৰসহ গুলী।
-
খটখটিৰ কালিৰাম বস্তিৰ নৱনিৰ্মিত চাৰিলেনযুক্ত পথৰ ওচৰৰ ৰেলৱে দলঙৰ তলত চলাইছিল অভিযান।
-
NL-07CB-8179 নম্বৰৰ বলেৰ' বাহনত যাত্ৰী হিচাপে অহা ৫জন লোকক তালাচী।
-
তালাচীৰ অন্তত এটা ৯ এম এম বেৰেটা পিষ্টলসহ তিনিটা মেগজিন আৰু ৪৩জাই সজীৱ গুলী উদ্ধাৰ।
-
আৰক্ষীয়ে এই সন্দৰ্ভত নাগালেণ্ড আৰু মৰিগাঁও জিলাৰ ঠংগা ৱাংছাঁ,এলটো চিচি, সেইখৌ ঝিমণি,খুকিভি আয়ে আৰু চাত্তাৰ আলি নামৰ পাঁচটাক আটক কৰি জেৰা অব্যাহত ৰাখিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/34aaa16e-32b9-4c32-8545-b275c89acf24/7240f0b2_86da_41a1_a412_b820f08df4dd.jpg)
Also Read: ‘কণ্ঠ’ ঘূৰাই দিয়া যন্ত্ৰ আৱিষ্কাৰ অসমীয়া বিজ্ঞানীৰ...