
প্ৰাক্তন মন্ত্ৰী নজৰুল ইচলামৰ দেৱাসান
হেল্থ চিটি হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীন ৰাজনীতিবিদ গৰাকীয়ে
৫ বাৰকৈ লাহৰি ঘাট সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল ইচলাম
মৃত্যুৰ সময়ত তেওৰ বয়স হৈছিল ৭০ বছৰ
তৰুণ গগৈৰ মুখ্যমন্ত্ৰীত্বৰ কালত কিছু দিন তেখেত স্বাস্থ্য বিভাগৰ দ্বায়িত্বত আছিল ইচলাম
দীৰ্ঘদিন ধৰি অসুস্থ অৱস্থাত আছিল প্ৰবীন ৰাজনীতিবিদ গৰাকী
প্ৰাক্তন মন্ত্ৰী, প্ৰবীন ৰাজনীতিবিদ নজৰুল ইছলামৰ দেহাৱসান