প্ৰাক্তন মন্ত্ৰী, প্ৰবীন ৰাজনীতিবিদ নজৰুল ইচলামৰ দেহাৱসান

প্ৰাক্তন মন্ত্ৰী, প্ৰবীন ৰাজনীতিবিদ নজৰুল ইচলামৰ দেহাৱসান
  • প্ৰাক্তন মন্ত্ৰী নজৰুল ইচলামৰ দেৱাসান

  • হেল্থ চিটি হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীন ৰাজনীতিবিদ গৰাকীয়ে

  • ৫ বাৰকৈ লাহৰি ঘাট সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল ইচলাম

  • মৃত্যুৰ সময়ত তেওৰ বয়স হৈছিল ৭০ বছৰ

  • তৰুণ গগৈৰ মুখ্যমন্ত্ৰীত্বৰ কালত কিছু দিন তেখেত স্বাস্থ্য বিভাগৰ দ্বায়িত্বত আছিল ইচলাম

  • দীৰ্ঘদিন ধৰি অসুস্থ অৱস্থাত আছিল প্ৰবীন ৰাজনীতিবিদ গৰাকী

  • প্ৰাক্তন মন্ত্ৰী, প্ৰবীন ৰাজনীতিবিদ নজৰুল ইছলামৰ দেহাৱসান

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in