হিমন্ত চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিঃ প্ৰতিদিন টাইমৰ "মেগা অপিনিয়ন পোল" চাওঁক...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ১০ মে’ অৰ্থাৎ কাইলৈ পূৰ্ণ কৰিব দ্বিতীয় বৰ্ষপূৰ্তি । বৰ্ষপূৰ্তিকলৈ বৃহৎ আয়োজন ৰাজ্য চৰকাৰৰ ।

author-image
Asomiya Pratidin
New Update
হিমন্ত চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিঃ প্ৰতিদিন টাইমৰ "মেগা অপিনিয়ন পোল" চাওঁক...

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ১০ মে’ অৰ্থাৎ কাইলৈ পূৰ্ণ কৰিব দ্বিতীয় বৰ্ষপূৰ্তি । বৰ্ষপূৰ্তিকলৈ বৃহৎ আয়োজন ৰাজ্য চৰকাৰৰ ।

ইয়াৰ মাজতে ৰাজ্যৰ আগশাৰীৰ সংবাদ গোষ্ঠী প্ৰতিদিন টাইম আৰু অসমীয়া প্ৰতিদিনে ১০ মে’ৰ পৰা ১২ মে’ লৈ মেগা অপিনিয়ন পোলৰ আয়োজন কৰিছে । এই দুটা বছৰত হিমন্ত নেতৃত্বাধীন চৰকাৰৰ পৰা ৰাইজে কি পালে? ড০ শৰ্মা চৰকাৰকলৈ ৰাইজ সুখী নে?

এই বিভিন্ন প্ৰশ্নৰে সংবাদ গোষ্ঠী প্ৰতিদিন টাইম আৰু অসমীয়া প্ৰতিদিন, অসমীয়া প্ৰতিদিন ডিজিটেলে ৰাইজৰ দ্বাৰা ৰাইজৰ অনুষ্ঠানৰ এক অপিনিয়ন পোল আয়োজন কৰিছে ।

Also Read: ৮টা ঔদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে অসম চৰকাৰৰ চুক্তি স্বাক্ষৰ...

mega opinion poll Second anniversary of Himanta government