/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/46420d58-8d7e-4725-b2c0-ebac08961b2c/111.jpg)
মুকালমুৱাৰ ভাংনামাৰী চৰত PMAY আঁচনিৰ নামত কেলেংকাৰী
হিতাধীকাৰীৰ পৰিৱৰ্তে মধ্যভোগীয়ে সৰকালে আঁচনিৰ ধন
বৰক্ষেত্রী উন্নয়ন খণ্ডৰ ৬৪নং ভাংনামাৰী গাঁও পঞ্চায়তত এই ঘটনা
পঞ্চায়তখনৰ সচিব ফকৰ আলী নামৰ লোকজনৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ
ফকৰ আলীয়ে মধ্যভোগীৰ লগ লাগি আত্মসাৎ কৰে আঁচনিৰ ধন
Also Read: ৰাহুল গান্ধীৰ ফোনত নহয়, মনত পেগাছাচ আছে : শিৱৰাজ চৌহান