সৰুপথাৰত পথ দুৰ্ঘটনা : থিতাতে নিহত দুজন, গুৰুতৰভাৱে আহত এজন...

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়
SARUPOTHAR ACCIDENT
SARUPOTHAR ACCIDENT

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এখন বলেৰ' পিক আপ আৰু বাইকৰ মাজত মুখা-মুখি সংৰ্ঘষ হয়।

শোকাৱহ পথ দুৰ্ঘটনাটোত দুজন আৰোহি থিতাতে নিহত হয় আৰু এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বাতৰি সংগ্ৰহ কৰাৰ সময়ৰ লৈকে নিহত লোক দুজন চিনাক্ত হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in