২৩ গৰাকী অসমীয়ালৈ সাহিত্যিক পেঞ্চন...

অৱশেষত ঘোষণা কৰা হ'ল ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন। মুঠ ২৩গৰাকী বিশিষ্ট অসমীয়াক প্রদান কৰা হৈছে এই পেঞ্চন।

author-image
Asomiya Pratidin
New Update
২৩ গৰাকী অসমীয়ালৈ সাহিত্যিক পেঞ্চন...

ডিজিটেল ডেস্ক: অৱশেষত ঘোষণা কৰা হ'ল ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন। মুঠ ২৩গৰাকী বিশিষ্ট অসমীয়াক প্রদান কৰা হৈছে এই পেঞ্চন।

এই ২৩ গৰাকী ব্যক্তিৰ ভিতৰত থকা সকলৰ ভিতৰত তৰুণ বৰ্মন,আনন্দৰাম ৱাৰি,অশোক কুমাৰ বৰ্মা, শৈলেন্দ্র ভট্টাচাৰ্য, ৰত্নেশ্বৰ নাৰ্জাৰী,মনোমতী কুৰ্মী, পৰাণ বৰুৱা,শ্রুতি সিং, ড০ বসন্ত কুমাৰ শৰ্মা,ড০ বিদ্যেশ্বৰ দলে, ড০ ভাৰতী দত্ত ,প্রকাশ চন্দ্র ৰাভা, নিজৰা বৰঠাকুৰ, দেৱ প্রসাদ তালুকদাৰ,ড০ জয়ন্ত কুমাৰ গোস্বামী, ড০ মলয়া খাউণ্ড,ধীৰেন্দ্র তালুকদাৰ, বিপুল চন্দ্র ভট্টাচাৰ্য,শিশিৰ সেনগুপ্তা, পৰী ৰংপী,ৰফিকুল হুছেইন আৰু অচ্যুতানন্দ দেৱ গোস্বামীলৈ পেঞ্চন ঘোষণা কৰা হয়।

আৰু পঢ়ক: সতীৰ্থ আৰক্ষীৰ গুলীত প্ৰাণ গ'ল গকুলৰ...

assam