তিৱা সাহিত্যিক হৰচিংশ খলাৰক সাহিত্য অকাডেমিৰ ভাষা সন্মান, খলাৰকলৈ "বহুবাক"ৰ অভিনন্দন..

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাঙচু সমষ্টিৰ অন্তৰ্গত উমাচাৱাইৰ সমীপৰ চিকদামাখা গাঁৱৰ বাসিন্দা হৰচিং খলাৰ হ'লএজন নিৰৱ সাহিত্য সাধক ।
তিৱা সাহিত্যিক হৰচিংশ খলাৰক সাহিত্য অকাডেমিৰ ভাষা সন্মান, খলাৰকলৈ "বহুবাক"ৰ অভিনন্দন..

ডিজিটেল সংবাদ, গুৱাহাটী: দেশৰ ৰাজধানী নতুন দিল্লীত "ভাষা সন্মান" লাভ কৰিলে তিৱা সাহিত্যক লেখক হৰচিং খলাৰে। অসমৰ অন্যতম জনগোষ্ঠী "তিৱা"ৰ বিশিষ্ট লেখক হৰচিং খলাৰক সাহিত্য অকাডেমিয়ে‌ আজি দেশৰ ৰাজধানী নতুন দিল্লীত "ভাষা সন্মান" প্ৰদান কৰে।

লেখক গৰাকীক এই সন্মান প্ৰদান কৰাত অসমৰ সমন্বয়-সংহতিৰ অন্যতম সাহিত্যানুষ্ঠান "বহুভাষিক সাহিত্য মঞ্চ, অসম" চমুকৈ "বহুবাক"য়ে সাহিত্য অকাডেমিৰ বদান্যতাক প্ৰশংসা কৰে। লগতে তিৱা‌‌ জনগোষ্ঠীৰ অন্যতম সাহিত্যিক হৰচিং খলাৰক অভিনন্দনৰে জ্ঞাপন কৰে। তদুপৰি তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় ভাষা সম্পাদক তথা সভাৰ কাৰ্বি আঙলং জিলাৰ সভাপতিয়ে খলাৰক পৰাগজ্যোতি প্ৰকাশনৰ তৰফৰ পৰা অভিনন্দন জনাই।

এক প্ৰেছ বিজ্ঞপ্তিত বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই, "এজন যোগ্যৰ হাতত এই সন্মান পোৱাত আনন্দিত হৈছো" বুলি মন্তব্য প্ৰকাশ কৰে । উল্লেখ্যে যে, পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাঙচু সমষ্টিৰ অন্তৰ্গত উমাচাৱাইৰ সমীপৰ চিকদামাখা গাঁৱৰ বাসিন্দা হৰচিং খলাৰ হ'ল এজন নিৰৱ সাহিত্য সাধক ।

তিৱা সাহিত্যিক হৰচিংশ খলাৰক সাহিত্য অকাডেমিৰ ভাষা সন্মান, খলাৰকলৈ "বহুবাক"ৰ অভিনন্দন..
10 Best Tea Estates In Assam: অসমৰ পৰিচয় বহন কৰা চাহ বাগিচাসমূহ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in