কিশোৰীক ধৰ্ষণৰ অপচেষ্টা! ৰাইজে উত্তম মাধ্যম সোধাই গতালে আৰক্ষীক

কিশোৰীক ধৰ্ষণৰ অপচেষ্টা! ৰাইজে উত্তম মাধ্যম সোধাই গতালে আৰক্ষীক

ডিজিটেল ডেস্কঃ ৰূপহীহাটৰ ঘেহুৱা চলচলিত বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতি। কিশোৰীৰ সৈতে ধৰ্ষণৰ অপচেষ্টা চলোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰে।

অভিযোগ অনুসৰি নাজমুল ইছলাম নামৰ যুৱকজনে কিশোৰীগৰাকীৰ সৈতে ধৰ্ষণৰ অপচেষ্টা চলাইছিল। কিশোৰীগৰাকীৰ চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজে উদ্ধাৰ কৰে কিশোৰীগৰাকীক।

তাৰপাছতে ধৰ্ষণৰ অপচেষ্টা চলাবলৈ যোৱা নাজমুল ইছলামক ৰাইজে আটক কৰি উত্তম মাধ্যম সোধাই ৰূপহীহাট আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

কিশোৰীক ধৰ্ষণৰ অপচেষ্টা! ৰাইজে উত্তম মাধ্যম সোধাই গতালে আৰক্ষীক
কাছাৰত পিস্তল, সোণৰ বিস্কুটসহ দুই যুৱক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in