দুৰ্নীতি নিবাৰক শাখাই আটক কৰাৰ পাছতে পলাতক ৰৌতা আৰক্ষী থানাৰ OC...

দুৰ্নীতি নিবাৰক শাখাই আটক কৰাৰ পাছতে পলাতক ৰৌতা আৰক্ষী থানাৰ OC...
দুৰ্নীতি নিবাৰক শাখাই আটক কৰাৰ পাছতে পলাতক ৰৌতা আৰক্ষী থানাৰ OC...
  • এইবাৰ ৰৌতাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

  • অভিযানত পলাতক ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবিন্দ্ৰ ৰাভা।

  • উৎকোচ লোৱা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰিছিল কবিন্দ্ৰ ৰাভাক।

  • ইয়াৰ পাছতে তেওঁ সুযোগ বুজি পলায়ন কৰে।

  • অৱশ্যে এতিয়ালৈ দুৰ্নীতি নিবাৰক শাখাই এই সন্দৰ্ভত সবিশেষ তথ্য আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।

দুৰ্নীতি নিবাৰক শাখাই আটক কৰাৰ পাছতে পলাতক ৰৌতা আৰক্ষী থানাৰ OC...
সমাজকৰ্মী, অভিনেতা শৈলেন চিৰিং ফুকনৰ অভিনন্দন গ্ৰন্থ উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in