/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/8f277d8d-b896-43be-b45f-275e9c807af2/rongia_3.jpg)
উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত ৰঙিয়া থানাৰ এছ আই...
পুনৰ উৎকোচ লৈ হাত দাঙিলে এগৰাকী আৰক্ষী বিষয়াই।
উৎকোচ লোৱাৰ অৱস্থাতে ধৰা পৰা আৰক্ষী বিষয়াজন ৰঙিয়া থানাৰ উপ পৰিদৰ্শক।
উপ পৰিদৰ্শক জনৰ নাম ইবো তম্বি সিনহা।
দুৰ্নীতি নিবাৰক শাখাই আটক কৰে এছ আই ইবো তম্বি সিনহাক।
৫ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে ধৰা পৰে তেওঁ।
সাক্ষী দিয়াৰ নামত বিচাৰিছিল এই ধন।
অৱসৰলৈ আৰু মাত্ৰ ২ বছৰ বাকী আছিল এছ আই সিনহাৰ।
Also Read: মহানগৰীত দুটাকৈ পথ দুৰ্ঘটনাঃ থিতাতে নিহত মহিলা, আহত কেইবাজনো...