New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1db7a489-f2e1-477a-91e2-5b378e61b112/accident.jpg)
চাপৰৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
নিয়ন্ত্রণ হেৰুৱাই গছত খুন্দা মালবাহী বলেৰ’ বাহনৰ
গুৰুতৰভাৱে আহত চালকসহ দুজন লোক
আহত আলী মহম্মদ, আবেশ আলী আৰু আসাত আলী
কেউজনকে বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰা হয়।
Also Read: সমাগত লোকসভা নিৰ্বাচন : অৰুণাচল প্ৰদেশৰ প্ৰভাৰীৰ দায়িত্বত অশোক সিংহল