New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
বগামাটিত বনভোজ খাই উভতি অহাৰ পথত দুৰ্ঘটনাঃ দুজন নিহত...
বগামাটিত বনভোজ খাই উভতি অহাৰ পথত দুৰ্ঘটনা।
গোৰেশ্বৰত সংঘটিত হৈছে এই দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই ছুইফট ডিজায়াৰ বাহনে খুন্দা মাৰে কালভাৰ্টত।
থিতাতে নিহত দুজন লোক।
নিহত লোক দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
বৰ্তমান শুৱাগপুৰ প্রাথমিক স্বাস্থ্য কেন্দ্রত ৰখা হৈছে মৃতদেহ দুটা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us