কামৰূপৰ সোণতলীত ভয়ংকৰ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত ৩জন

ROAD ACCIDENT
ROAD ACCIDENT
  • কামৰূপৰ সোণতলীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷

  • সোণতলী-নগৰবেৰা ই এণ্ড ডি মথাউৰিত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা৷

  • নিয়ন্ত্ৰণ হেৰুৱাই AS 25 J 7996 নম্বৰৰ বাইকখন দুৰ্ঘটনাত পতিত হয়৷

  • বাইকখনত থকা তিনিজনৰ অৱস্থা সংকটজনক৷

  • আহত তিনিজন সোণতলীৰ পথালিপাৰাৰ আব্দুল আলিম, ছফিকুল ইছলাম আৰু ৩ নং দক্ষিণ ৰাঙাপানীৰ ৰশিদ আলী৷

  • আহত আটাইকে স্থানীয় ৰাইজে সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাৰ বিপৰীতে দুৰ্ঘটনাগ্ৰস্ত বাইকখন সোণতলী আৰক্ষীয়ে জব্দ কৰিছে৷  

ROAD ACCIDENT
মণিপুৰত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in