বিদ্যালয়লৈ যোৱাৰ পথতে ছাত্ৰীক মহটিয়াই নিলে বাহনেঃ থিতাতে মৃত্যু...

বিদ্যালয়লৈ যোৱাৰ পথতে ছাত্ৰীক মহটিয়াই নিলে বাহনেঃ থিতাতে মৃত্যু...

author-image
Asomiya Pratidin
New Update
অচিনাক্ত বাহনে মহটিয়াই নিলে অসম আৰক্ষীৰ জোৱানক, থিতাতে মৃত্যু

বিদ্যালয়লৈ যোৱাৰ পথতে ছাত্ৰীক মহটিয়াই নিলে বাহনেঃ থিতাতে মৃত্যু...

  • টীয়কত পুৱাই সংঘটিত কৰুণ ঘটনা।

  • তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে ছাত্ৰীক।

  • দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS-01-DD-1887।

  • বিদ্যালয়লৈ গৈ থকা অৱস্থাতে সংঘটিত এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাত থিতাতে নিহত নৱম শ্ৰেণীৰ ছাত্ৰী।

  • নিহত ছাত্ৰীগৰাকীৰ নাম ফাৰহিজা বেগম।

  • ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ফাৰহিজা।

  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ঘটনা।

  • দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়নৰ চেষ্টা কৰে ট্ৰাকখনে।

  • অৱশ্যে ৰাইজে কৰায়ত্ত কৰে ট্ৰাকখনৰ লগতে চালকগৰাকীক।

  • ইয়াৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

  • আৰক্ষীয়ে ৰাইজৰ মাজৰ পৰা উদ্ধাৰ কৰে চালকগৰাকীক।

Advertisment

Also Read: বাহিৰলৈ ওলাব নোৱাৰাকৈ স্বামীয়ে সংযোগ কৰি থয় বিদ্যুতৰ তাঁৰঃ কৰুণ মৃত্যু পত্নীৰ...

পথ দুৰ্ঘটনা