New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
সোণাপুৰৰ লালমাটিত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা
অচিনাক্ত বাহনৰ খুন্দাত আহত স্কুটী আৰোহী
গুৰুতৰভাৱে আহত স্কুটী আৰোহী ৰাজু দাস
সংকটজনক অৱস্থাত ৰাজু দাসক GMCHলৈ প্রেৰণ।
Also Read: প্ৰসিদ্ধ সাহিত্যিক ৰবীন্দ্ৰ সৰকাৰৰ বিয়োগত দল-সংগঠনৰ শোক প্ৰকাশ