মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ জেলটুপাৰাত পিকনিকৰ বাছ-টাটা মেজিকৰ মুখামুখি সংঘৰ্ষ

মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ জেলটুপাৰাত পিকনিকৰ বাছ-টাটা মেজিকৰ মুখামুখি সংঘৰ্ষ
  • মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ জেলটুপাৰাত পিকনিকৰ বাছ-টাটা মেজিকৰ মুখামুখি সংঘৰ্ষ

  • মহিলা যাত্ৰী, চালক সহ গুৰুতৰ ভাৱে আহত চাৰিজন

  • আহত কেইজন হৈছে মেজিক যাত্ৰী ৰেজিয়া বেগম, মেজিক চালক আব্দুল কাদেৰ, হেলিডিগঞ্জ এপেক্স বেংকৰ শাখা প্ৰৱন্ধক শ্যামল দাস আৰু বেংক খনৰ কেশ্বিয়াৰ আব্দুল বাসিদ

  • মেজিক চালক আব্দুল কাদেৰৰ অৱস্থা সংকটজনক

  • তেওঁক গোৱালপাৰালৈ প্ৰেৰণ

  • মেজিক খনৰ নম্বৰ এম এল ০৮ ডি ১৫৮৫

  • পিকনিকৰ বাছ খনৰ নম্বৰ এ এছ ০১ এফ চি ০৪০১

  • পিকনিকৰ বাছ খন মানকাচৰৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল

  • মেজিক বাহন খন ফুলবাৰীৰ পৰা মেঘালয়ৰ হেলিডিগঞ্জলৈ আহি আছিল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in