New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
মৰিগাঁৱৰ ধৰমতুলত ভয়ংকৰ দুৰ্ঘটনা
ৰৈ থকা ট্রাকত খুন্দা মাৰে তীৰ্থযাত্রী কঢ়িয়াই নিয়া বাহনে
বাক্সাৰ পৰা ভৈৰৱ কুণ্ডলৈ গৈছিল তীৰ্থযাত্রীৰ দলটো
বাহনখনত আছিল ২১গৰাকী তীৰ্থযাত্রী
ঘন কুঁৱলীৰ বাবে সংঘটিত এই দুৰ্ঘটনা
গাড়ীৰ ভিতৰত আবদ্ধ কেইবাজনো যাত্রী
আৰু পঢ়ক : কাজিৰঙাৰ বৰগছ অতিথিশালাৰ ব্যতিক্ৰমী পদক্ষেপ : বিদেশী পৰ্যটকক জলপানেৰে আপ্যায়ন