/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/92a5ecb7-ba34-4199-8abb-49cc8edd306a/oil.jpg)
নিশা কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা এখন তেল টেংকাৰৰ।
গছৰ চেপাত বহু সময় ধৰি আবদ্ধ টেংকাৰৰ চালক।
দুৰ্ঘটনাত চালকসহ আহত দুজন।
যোৰহাট দিশৰ পৰা অহা তেল টেংকাৰখনৰ নম্বৰ NL 01 L 6595।
আবদ্ধ চালকজনক বহু সময় পাছত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ ৷
Also Read: নগাঁৱত আৰক্ষীৰ অভিযান : জব্দ ব্ৰাউন চুগাৰ,আটক ৩জন ড্ৰাগছ মাফিয়া