কাজিৰঙাত পথ দুৰ্ঘটনা,এজনৰ মৃত্যু

সৰস্বতী পূজা আৰু গণৰাজ্য দিৱসৰ উছাহৰ মাজতে কাজিৰঙাত পথ দুৰ্ঘটনা ৷

author-image
Asomiya Pratidin
New Update
অচিনাক্ত বাহনৰ খুন্দাত নিহত বাইক আৰোহী, হোৱা নাই চিনাক্ত...

  • সৰস্বতী পূজা আৰু গণৰাজ্য দিৱসৰ উছাহৰ মাজতে কাজিৰঙাত পথ দুৰ্ঘটনা ৷

Advertisment
  • কাজিৰঙাৰ বাগৰীত অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় এজন পথছাৰীক

  • দুৰ্ঘটনা হোৱা লোকজনৰ নাম বাগৰীৰ গণেছ বাহাদুৰ ছেত্ৰী ওৰফে কাঞ্চা(৫০)

  • সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

আৰু পঢ়কঃ পাঠানৰ পিছত কি চাব : একেলগে মুক্তিৰ বাবে সাজু মেগা বাজেটৰ ৩ ছবি...

road accident