সোনাৰুগুৰিত পথ দুৰ্ঘটনা

সোনাৰুগুৰিত পথ দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
সোনাৰুগুৰিত পথ দুৰ্ঘটনা

  • কচুৱা থানাৰ অন্তৰ্গত সোনাৰুগুৰিত পথ দুৰ্ঘটনা

Advertisment
  • তীব্ৰ বেগেৰে আহি থকা বালি ভৰ্তি ডাম্পাৰ বাগৰি পৰে ৰাস্তাৰ কাষত

  • এই দুৰ্ঘটনাৰ ফলত ডাম্পাৰ চালকজন আঘাতপ্ৰাপ্ত হয়

  • আহত চালকজনক স্থানীয় ৰাইজৰ সহযোগত হাস্পতাললৈ প্ৰেৰণ কৰা হয়

  • দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ নম্বৰ AS 02 CC 8980 বুলি জানিব পৰা গৈছে

  • ইতিমধ্য ঘটনাস্থলীত কচুৱা থানাৰ আৰক্ষী উপস্থিত হৈছে।

Also Read: মঙলদৈ কমাৰপাৰাত পুনৰ চিঙিল নোৱানদীৰ মঠাউৰি...

Assam police