কমাৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা

দুৰ্ঘটনাত ঠিতাতে নিহত দুই যুৱক

author-image
Asomiya Pratidin
New Update
নগাঁৱত ভূমি কেন্দ্ৰিক সংঘাত, আহত কেইবাজনো...

  • কমাৰগাঁৱৰ বছাপথাৰত সংঘটিত হৈছে পথ দুৰ্ঘটনা

Advertisment
  • দুৰ্ঘটনাত ঠিতাতে নিহত দুই যুৱক

  • আন এগৰাকী যুৱকক সংকটজনক অৱস্থাত বোকাখাতৰ ছহীদ কমলামিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ

  • দুখন স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ

  • নিহত যুৱকদ্বয়ৰ নাম হেমন্ত বৰুৱা আৰু ৰাহুল বাউৰী

  • নিহত দুয়োৰে ঘৰ কমাৰগাঁৱত।

আৰু পঢ়কঃ উৎসৱৰ ৰূপত সৰস্বতী বন্দনা; ম্লান পৰিল গণৰাজ্য দিৱস, নিস্ফল আলফা(স্বা)ৰ বন্ধ...

road accident