/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/28ac8fff-384b-483a-8039-50c9a30d1eaa/111.jpg)
-
কাছাৰৰ উদাৰবন্দৰ পাঁচ মাইলত পথ দুৰ্ঘটনা
-
দ্রুতবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন যুৱক
-
নিহত যুৱকজনৰ নাম ছুহেল আহমদ
-
যুৱকজনে নিজৰ ছুইফট বাহনৰে ঘৰলৈ হৈ থকা অৱস্থাত এই দুৰ্ঘটনা
-
দুৰ্ঘটনাৰ পিছতে উত্তেজিত ৰাইজৰ অগ্নিসংযোগ ডাম্পাৰখনত
-
আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্রণ
-
উদাৰবন্দৰ সক্রিয় বিজেপি কৰ্মী আছিল নিহত ছুহেল আহমদ
আৰু পঢ়ক : গোলাঘাট জিলাৰ সৈতে অন্তৰ্ভুক্ত তিতাবৰৰ বেকাজান পঞ্চায়ত