/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/29cef371-5e13-4729-b864-444137f6a726/jamuguri_25.jpg)
জামুগুৰিহাটৰ নৱনিৰ্মীত চাৰিলেনযুক্ত পথত দুৰ্ঘটনাঃ দুই ছাত্ৰী আহত...
জামুগুৰিহাটৰ নৱনিৰ্মীত চাৰিলেনযুক্ত পথত দুৰ্ঘটনা৷
পাতলৰচুক সংযোগী পথত সংঘটিত হয় এই দুৰ্ঘটনা৷
এখন আই-20 আৰু স্কুটীৰ মাজত হয় সংঘৰ্ষ৷
দুৰ্ঘটনাৰ ফলত পথৰ পৰা দ’ খাৱৈত বাগৰি পৰে দুয়োখন বাহন৷
গুৰুতৰভাৱে আহত দুই স্কুটি আৰোহী।
দুই স্কুটি আৰোহীয়েই ছাত্ৰী।
আই-২০ বাহনখন চকীঘাটৰ দিশৰপৰা জামুগুৰিহাট দিশে আহি আছিল৷
আহতসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।
Also Read: গোৱালপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগ বক্তৃতা অনুষ্ঠান সম্পন্ন...