ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা...

ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা...
  • ডিগবৈত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা

  • ৰৈ থকা ট্রাকত প্রচণ্ড খুন্দা এখন ছুইফটৰ

  • দুৰ্ঘটনাৰ ফলত নিহত দুজন আৰু গুৰুত ভাৱে আহত এজন ব্যক্তি

  • নিহত ব্যক্তি দুগৰাকী ক্ৰমে যদুমণি শেনচোৱা আৰু দেৱৰাজ সোণোৱাল

  • গুৰুতৰভাৱে আহত ব্যক্তি গৰাকী দেৱাশিস পাঁচনি বুলি জানিবলৈ পৰা গৈছে

  • অ‍ানহাতে, যান্ত্রিক বিজুতিৰ ফলত নিশাৰে পৰা পথতে আৱদ্ধ হৈ আছিল ট্রাকখন

  • যাৰ ফলতেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in