/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/2d060603-e166-4df2-9ee5-74ff161a301f/AP_accident.jpg)
-
চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হয় পথ দুৰ্ঘটনা
-
চতিয়াৰ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ সমীপত দুখন মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ
-
থিতাতে নিহত হয় লঘু মালবাহী (AS01HC8818) বাহনৰ চালকজন
-
চালকজন সম্পূৰ্ণৰূপে বাহনখনৰ চেপাত ৷ এই মুহূৰ্তলৈকে চালকজন চিনাক্ত হোৱা নাই
-
চতিয়া আৰক্ষীৰ সহযোগত আৰু স্থানীয় ৰাইজৰ চালকজনক উলিয়াবলৈ চেষ্টা অব্যাহত।
Also Read: উত্তৰ পূবত আঞ্চলিক ৰাজনীতিৰ প্ৰাসংগিকতা এতিয়াও আছে : প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱা