New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1c42578e-8263-492b-94e6-69e19ea460f6/111.jpg)
আমগুৰিৰ চামগুৰিত পথ দুৰ্ঘটনা
দ্রুতবেগী বাহনে মহটিয়াই নিলে বাইক আৰোহীক
থিতাতে নিহত বালিপথাৰৰ বমেন চন্দ্র গগৈ
ৰজামৈদামৰ দলঙৰ সমীপত সংঘটিত এই ঘটনা
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাহনসহ চালকৰ
আৰু পঢ়ক : চৰকাৰৰ কোনো আঁচনিয়েই ঢুকি নোপোৱাত দূৰ্বিসহ জীৱন কটাইছে বীৰছা ছৱাচিৰ পৰিয়ালে