/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/818ca588-e9ba-4554-9c4b-e48bf0351883/111.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/49b42fc8-7f65-4ea7-9559-381760ee161e/bokakhat_accident.jpg)
-
বোকাখাতৰ ইণ্ডিয়ান অইলৰ সমীপত সোমবাৰে নিশা পথ দুৰ্ঘটনা ৷
-
চুইফট গাড়ীৰ খুন্দাত থিতাতে নিহত এজন।
-
থিতাতে নিহত লোকজন বোকাখাত ম'হমাইকী গাঁৱৰ তপন তামুলী ৷
-
দুৰ্ঘটনা সংঘটিত কৰা চুইফট খনৰ নম্বৰ AS 05 G 2552
-
দুৰ্ঘটনা সংঘটিত কৰা চুইফট খন নিশাই জব্দ কৰে বোকাখাত যানবাহন আৰক্ষীয়ে
আৰু পঢ়ক : এজন চৰকাৰী বিষয়াৰ বাবে প্ৰাণ ৰক্ষা হল এজন দুৰ্ঘটনাগ্ৰস্ত পথচাৰীৰ...