ৰাজপথত কেইবালুটি খালে মিনিট্ৰাকেঃ আহত ১৮ জন

ৰাজপথত কেইবালুটি খালে মিনিট্ৰাকেঃ আহত ১৮ জন
  • চামগুৰিৰ হাঁহচৰা-বৰালিগাঁৱত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।

  • নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ ওপৰতে কেইবালুটি খালে এখন টাটা মিনিট্ৰাকে।

  • দুৰ্ঘটনাটোৰ ফলত ৰাজপথৰ ওপৰতে চিটিকি পৰে মিনিট্ৰাক খনত থকা ১৮জনকৈ লোক।

  • দুৰ্ঘটনাটোৰ ফলত আহত হয় বাহনখনত থকা আটাইকেইজনলোক।

  • সংকটজনক অৱস্থাত ৪জনক ততাতৈয়াকৈ নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

  •  ৰাইজৰ সহযোগত অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলে ঘটনাস্থলীৰ পৰা আহতসকলক উদ্ধাৰ কৰে।

ৰাজপথত কেইবালুটি খালে মিনিট্ৰাকেঃ আহত ১৮ জন
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত খটখটিত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in